শিলচৰ, 16 ছেপ্তেম্বৰ : ক’ভিড-19 ৰ সংক্ৰমণৰ মাজতেই বৃহস্পতিবাৰে দেশজুৰি পালন কৰা বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা । প্ৰতি বছৰৰ দৰে এই বছৰো পালন কৰা হ’ব বিশ্বকৰ্মা পূজা যদিও এইবাৰ পূজাক লৈ হতাশা নামি আহিছে ব্যৱসায়ী সকলৰ লগতে ভক্ত গণৰ মাজত ।
বিশ্বকৰ্মা পূজাত কৰ’ণাৰ কু-প্ৰভাৱ - বিশ্বকৰ্মা পূজাত কৰ’ণাৰ কু-প্ৰভাৱ
মহামাৰী কৰ’ণা ভাইৰাছে ম্লান পেলাইছে এইবাৰ বিশ্বকৰ্মা পূজাৰ উৎসাহ-উদ্দীপনা ৷ গ্ৰাহকৰ অভাৱত এতিয়া বিক্ৰেতাৰ লগতে চিন্তিত হৈ পৰিছে মৃৎশিল্পী সকল ৷

বিশ্বকৰ্মা পূজাত কৰ’ণাৰ কু-প্ৰভাৱ
কৰ’ণা ভাইৰাছে ম্লান পেলাইছে বিশ্বকৰ্মা পূজাৰ উৎসাহ-উদ্দীপনা
কাৰণ এইবাৰ মহামাৰী কৰ’ণা ভাইৰাছে ম্লান পেলাইছে পূজাৰ উৎসাহ-উদ্দীপনা ৷ আনহাতে যাৰ পোন-পটীয়া কুপ্ৰভাৱ দেখা পোৱা গৈছে দোকান পোহাৰত ৷ গ্ৰাহকৰ অভাৱত এতিয়া বিক্ৰেতাৰ লগতে চিন্তিত হৈ পৰিছে মৃৎশিল্পী সকলেও । কাৰণ পূজা পালনত নানান বিধি-পথালি,নীতি-নিষেধজ্ঞাৰ ফলত ডাঙৰ প্ৰতিমা বিক্ৰী হোৱাৰ পৰিৱৰ্তে কেৱল সৰু সৰু প্ৰতিমা হে অধিক বিক্ৰী হৈছে ৷
লগতে চাওক-পথ নে পথাৰ: পৰিষ্ফুট উন্নয়নৰ নমুনা