- শিলচৰত দুই ফৈদৰ মাজত ভয়ংকৰ সংঘৰ্ষ
- শিলচৰৰ গণিয়ালা অঞ্চলত সংঘটিত হৈছে এই সংঘৰ্ষ
- ঘটনাস্থলীত আৰক্ষী, নিৰাপত্তা বাহিনীৰ দল উপস্থিত
- পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ ৰবৰ বুলেট প্ৰয়োগ
- সংঘৰ্ষৰ মূলত কাৰণ বাক-বিতণ্ডা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে
- ক্ষতিগ্ৰস্ত বহু কেইটা বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান
- অঞ্চলটোত অনিৰ্দিষ্ট কাললৈ সান্ধ্য আইন ঘোষণা
- উচতনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থকাৰ আহ্বান উপ মহাপৰিদৰ্শকৰ
- সকলো বিষয়ৰ তদন্ত কৰা হ’ব বুলি উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে
শিলচৰত উত্তেজনাময় পৰিৱেশ - SILCHAR
শিলচৰত দুই ফৈদৰ মাজত ভয়ংকৰ সংঘৰ্ষ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰবৰ বুলেটৰ প্ৰয়োগ আৰক্ষীৰ ৷
শিলচৰত উত্তেজনাময় পৰিৱেশ
Last Updated : Aug 3, 2020, 12:58 AM IST