শিলচৰ, 5 অক্টোবৰ : শিলচৰৰ অম্বিকা পট্টি পূজা মন্দপে সম্পূৰ্ণ কৰিলে 100 টাকৈ বছৰ । এশ বছৰ গৰকাৰ আনন্দত দেৱীক সোনৰ আ-অলংকাৰ পৰিধান কৰাই পূজা-অৰ্চনাৰ বাবে মুকলি কৰি দিলে পূজা কমিটিয়ে ৷ এই শুভক্ষণতে জাতি-ধৰ্ম বিভেদ পাহৰি উপস্থিত হ'ল ডেপুটী স্পীকাৰ আমিনুল হক লস্কৰ ৷
এশ বছৰত ভৰি দিলে শিলচৰৰ অম্বিকা পট্টি পূজাই - উপস্থিত ডেপুটী স্পীকাৰ আমিনুল হক লস্কৰ
শিলচৰৰ অম্বিকা পট্টি পূজা মন্দপে সম্পূৰ্ণ কৰিলে 100 টাকৈ বছৰ । এশ বছৰ গৰকাৰ আনন্দত দেৱীক সোনৰ আ-অলংকাৰ পৰিধান কৰাই পূজা-অৰ্চনাৰ বাবে মুকলি কৰি দিলে পূজা কমিটিয়ে ৷
![এশ বছৰত ভৰি দিলে শিলচৰৰ অম্বিকা পট্টি পূজাই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4656608-thumbnail-3x2-am-2.jpg)
এশ বছৰত ভৰি দিলে শিলচৰৰ অম্বিকা পট্টি পূজাই
শিলচৰৰ অম্বিকা পট্টি পূজা
পূজাত উপস্থিত হৈ লস্কৰে মন্তব্য কৰে যে, বৰাক উপত্যকাৰ পূজা মানেই হৈছে উৎসৱ আৰু সকলো লোকে জাতি-ধৰ্মৰ ভেদ-বিভেদ পাহৰি আনন্দত মতলীয়া হৈ উঠে ৷ এই অনুষ্ঠানত উপস্থিত থাকে সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱ আৰু বিভিন্ন ৰাজনৈতিক নেতা আৰু শিক্ষাবিদসকল ৷
TAGGED:
দেৱীক সোনৰ আ-অলংকাৰ পৰিধান