নলবাৰী, 30 অক্টোবৰ :আজি ধন আৰু ঐশ্বৰ্য্যৰ অধিকাৰী দেৱী লক্ষ্মী পূজা । ক'ভিড প্ৰট'কলৰ মাজেৰে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে নলবাৰীতো পালন কৰা হয় লক্ষ্মী পূজা ।
নলবাৰীত ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজাৰ আয়োজন - ক'ভিড প্ৰট'কলৰ মাজেৰে নলবাৰীত পালন লক্ষ্মী পূজা
নলবাৰীত ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজাৰ আয়োজন ৷ ক'ভিড প্ৰট'কলৰ মাজেৰে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে নলবাৰীতো পালন কৰা হয় লক্ষ্মী পূজা ।

নলবাৰীত ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজাৰ আয়োজন
নলবাৰীৰ ভূনুকুছি গাঁৱত পূৰ্বৰ তুলনাত এইবাৰ পূজাৰ আনন্দ ম্লান পৰিছে যদিও সন্ধিয়া পূজাস্থলীত ভক্তৰ ভিৰ পৰা পৰিলক্ষিত কৰা হয় । ইফালে পূজাস্থলীত নামনি অসমৰ অন্যতম সংস্কৃতি নাগাৰা নাম প্ৰদৰ্শন কৰা হয় ৷
লগতে পঢ়ক :চিঠি লিখি অসমৰ কংগ্ৰেছ নেতাক সংযত হোৱাৰ নিৰ্দেশ জিতেন্দ্ৰ সিঙৰ