অসম

assam

By

Published : Mar 15, 2019, 11:20 PM IST

ETV Bharat / city

সাংসদ নৱ কুমাৰ শৰনীয়া আছুতীয়া সাক্ষাৎকাৰ

বিগত নিৰ্বাচনৰ দৰে এইবাৰো সফল হোৱাৰ আশা সাংসদ নৱ কুমাৰ শৰনীয়াৰ

সাংসদ নৱ কুমাৰ শৰনীয়া

সাংসদ নৱ কুমাৰ শৰনীয়াৰে ইটিভি ভাৰতৰআছুতীয়া সাক্ষাৎকাৰ-


* বিটিচিৰ সকলো ইচ্ছু আমি সমাধান কৰিবলৈ সক্ষম হৈছো

* প্ৰমিলা ৰাণী ব্ৰহ্মক শক্তিশালী বুলি মই নাভাবো

* এগৰাকী সাংসদ ৰূপে 100 শতাংশই সফল বুলি নিজকে ভাবো

* এইবাৰৰ লোকসভা নিৰ্বাচনত সাত লক্ষ্যাধিক ভোট পোৱাৰ আশা

সাংসদ নৱ কুমাৰ শৰনীয়া আছুতীয়া সাক্ষাৎকাৰ



ABOUT THE AUTHOR

...view details