- বাংলাদেশী মুক্ত এখন শুদ্ধ NRC হ’বলৈ NRC ৰ লগত জড়িত বিষয়া-কৰ্মচাৰী সকলে জাতীয়তাবোধ আগত ৰাখি কাম কৰিব লাগিব
- অসমত বসবাস কৰা সকলো ধৰ্মালম্বী,জাতি-জনগোষ্ঠীক সাঙুৰি শুদ্ধ NRC প্ৰস্তুত হোৱাৰ আশা আছুৰ
- ১৯৭১ চনৰ আগত অহা হিন্দু-মুছলমান সকলোকে সাঙুৰি লোৱা হ’ব
- কিন্তু ইয়াৰ পিচত অহা কাৰোৰে বোজা নলয় অসমে
- শেহতীয়াভাৱে চৰকাৰে ডিটেনচন কেম্পৰ পৰা কৰায়ত্ত হৈ থকা বাংলাদেশী সকলক মুকলি কৰি দিব বিচৰাত ক্ষোভ আছুৰ
- উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এখন শুদ্ধ NRC প্ৰকাশ পাব লাগে
- সকলো বিষয়া-কৰ্মচাৰীয়ে সহযোগ কৰি আহিছে আৰু অনাগত দিনতো কৰাৰ আহ্বান
- নলবাৰীত এক সংবাদমেলযোগে এই প্ৰতিক্ৰিয়া আছুৰ মুখ্য উপদেষ্টা ড0 সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ
আছু আৰু ত্ৰিশ সংগঠনে শুদ্ধ NRC ৰ বাবে লাগি আছে আৰু থাকিবঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য
নলবাৰীত আছুৰ মুখ্য উপদেষ্টা ড0 সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ সংবাদমেল ৷ বাংলাদেশী নাম মুক্ত এখন শুদ্ধ NRC হ'বলৈ NRC ৰ লগত জড়িত বিষয়া-কৰ্মচাৰী সকলে জাতীয়তাবোধ আগত ৰাখি কাম কৰিব লাগিব বুলি উল্লেখ আছুৰ মুখ্য উপদেষ্টা গৰাকীৰ ৷
নলবাৰীত আছুৰ মুখ্য উপদেষ্টা ড0 সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ সংবাদমেল