নগাঁও, 5 জুন :বিশ্ব পৰিৱেশ দিৱসউপলক্ষে নগাঁৱত ফল-মূল আৰু ঔষধি গছ ৰোপণ কৰে জিলা উপায়ুক্তই । এই দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে নগাঁৱত ফল-মূল আৰু ঔষধি গছ ৰোপন কৰে জিলা উপায়ুক্ত যাদৱ শইকীয়াই ।
পৰিৱেশ দিৱসত ঔষধি গছ ৰোপণ নগাওঁ জিলা উপায়ুক্তৰ - উৰীয়াগাঁও বাইপাছ
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ঔষধি গছ ৰোপন কৰে নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই ৷
পৰিৱেশ দিৱসত ঔষধি গছ ৰোপণ নগাওঁ জিলা উপায়ুক্তৰ
জিলাখনৰ উৰীয়াগাঁও বাইপাছত জিলা প্ৰশাসন, বনবিভাগ, উৰীয়াগাঁও আঞ্চলিক ছাত্ৰ সন্থা, পান্থতৰু নামৰ স্বেচ্ছাসেৱী সংগঠন আদিৰ সহযোগত পথৰ দাঁতিত ৰোপণ কৰা হয় গছপুলি । ৰোপন কৰা গছপুলি প্ৰতিপালনৰ দিশটোত গুৰুত্ব দিবলৈ স্থানীয় লোকলৈ আহ্বান জনায় উপায়ুক্ত যাদৱ শইকীয়াই ।
লগতে পঢ়কঃথলুৱা ফুল,ফল-মূলৰ নামত জীৱন উচৰ্গা কৰা এজন ব্যক্তি !