বঢ়মপুৰ, 17 ডিচেম্বৰ :আজি মধ্য অসমৰ তিৱা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ । পুৱা 7:30 বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ । ভোটাৰসকলে পুৱাৰ পৰা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷
মধ্য অসমৰ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ - Tiwa Autonomous Council
মধ্য অসমৰ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ ৷ বিগত তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈৰ ভোটদান ৷
![মধ্য অসমৰ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ মধ্য অসম](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9906929-262-9906929-1608183352885.jpg)
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ
সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোটদান আৰম্ভ হৈছে । মধ্য অসমৰ কঠিয়াতলীৰ 31 নং লালুং পাৰ সমষ্টিৰ 3 নং গমাৰীআটি প্ৰাইমেৰী স্কুলত ভোটদান কৰে বিগত তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈয়ে ।
লগতে পঢ়ক :তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন : হোজাই জিলাত আৰম্ভ ভোটগ্ৰহণ