অসম

assam

ETV Bharat / city

নগাঁৱৰ দক্ষিণ পেটবঢ়াত সমূহীয়া বিবাহ অনুষ্ঠান

দক্ষিণ পেটবঢ়া খোৰা গোঁসাই থানত সমূহীয়া বিবাহ অনুষ্ঠিত কৰি পাঁচ যোৰা যুৱক-যুৱতীক যুগ্ম জীৱন গঢ়ি তুলিবলৈ সহায় কৰাৰ লগতে সমাজে আঁকোৱালি ল'ব পৰাকৈ সকলো নীতি-নিয়মেৰে স্থানীয় ৰাইজে অনুষ্ঠিত কৰে এই সমূহীয়া বিবাহ কাৰ্যসূচী।

নগাঁৱৰ দক্ষিণ পেটবঢ়াত সমূহীয়া বিবাহ অনুষ্ঠান

By

Published : May 3, 2019, 1:25 PM IST

বঢ়মপুৰ,3 মেঃ নগাঁৱৰ দক্ষিণ পেটবঢ়াত স্থানীয় ৰাইজৰ উদ্যোগত সমূহীয়া বিবাহ অনুষ্ঠান ৷ এচাম ধনৱন্ত লোকৰ লাখটকীয়া বিবাহ অনুষ্ঠানৰ বিপৰীতে আন এচাম গ্ৰাম্য অঞ্চলৰ দুখীয়া নিচলাৰ বাবে বৰ্তমানৰ ৰঙীন বিবাহ অনুষ্ঠান এক দুঃসাধ্যত পৰিণত হৈছে। সেয়েহে দক্ষিণ পেটবঢ়া খোৰা গোঁসাই থানত সমূহীয়া বিবাহ অনুষ্ঠিত কৰি গাঁৱৰে পাঁচ যোৰা যুৱক-যুৱতীক যুগ্ম জীৱন গঢ়িবলৈ সহায় কৰাৰ লগতে সমাজে আঁকোৱালি ল'ব পৰাকৈ সকলো নীতি-নিয়মেৰে স্থানীয় ৰাইজে অনুষ্ঠিত কৰে এই সমূহীয়া বিবাহ কাৰ্যসূচী।

নগাঁৱৰ দক্ষিণ পেটবঢ়াত সমূহীয়া বিবাহ অনুষ্ঠান

ABOUT THE AUTHOR

...view details