নগাঁও, 2 অক্টোবৰ:নগাঁৱৰ কচুৱা লংজাপ নেপালী গাঁৱত গো-মাংস কটাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা ।
গোমাংসক কেন্দ্ৰ কৰি বিবাদ ! - কচুৱা আৰক্ষী
উত্তেজিত ৰাইজে জ্বলাই দিলে বাহন ৷ কচুৱা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷
![গোমাংসক কেন্দ্ৰ কৰি বিবাদ !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4621261-thumbnail-3x2-kochuwaa.jpg)
নগাঁৱৰ কচুৱাত উত্তেজনা
তথ্য অনুসৰি, ছাহজাহান আৰু যচমউদ্দিন নামৰ দুজন যুৱকে নেপালী গাঁৱত গো মাংস কটাক কেন্দ্ৰ কৰি বিবাদৰ সূত্ৰপাত হয় । উত্তেজিত ৰাইজে দুয়োজন যুৱককে আটক কৰি তেওঁলোকৰ বাইকখন জ্বলাই দিয়ে ।
নগাঁৱৰ কচুৱাত তীব্ৰ উত্তেজনাৰ সৃষ্টি
পাচত কচুৱা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় ৷