অসম

assam

ETV Bharat / city

চামগুৰিত অজগৰ উদ্ধাৰ - Regional Forest Department

চামগুৰিৰ ৰেকপাহাৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ। প্ৰকৃতিপ্ৰেমী দুলু বৰাৰ প্ৰচেষ্টাত উদ্ধাৰ অজগৰ ৷

চামগুৰিত অজগৰ উদ্ধাৰ

By

Published : Aug 20, 2019, 7:27 PM IST

  • চামগুৰিৰ শালনা আঞ্চলিক বন বিভাগৰ অন্তৰ্গত ৰেকাপাহাৰত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ।
  • অজগৰ ডাল দেখাৰ পিছতেই খবৰ পাই শালনা আঞ্চলিক বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে সাপডাল ৷
  • উদ্ধাৰ কাৰ্যত বন বিভাগৰ লগত সহযোগিতা আগবঢ়াই অঞ্চলটোৰ প্ৰকৃতি প্ৰেমী যুৱক বিনোদ দুলু বৰাই ৷
  • প্ৰায় চৈধ্য ফুট দৈঘ্যৰ আৰু ত্ৰিশ কেজি ওজনৰ অজগৰডাল পিছত বন বিভাগে চোৱাং বনাঞ্চলত মুকলি কৰি দিয়ে ।
    চামগুৰিত অজগৰ উদ্ধাৰ

ABOUT THE AUTHOR

...view details