বঢ়মপুৰ, 13 জুলাই: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কা আন্দোলনৰ সক্ৰিয় নেতা অখিল গগৈ,ধৈৰ্য কোঁৱৰ,বিটু সোণোৱালৰআশু আৰোগ্য কামনা কৰি ঐতিহাসিক কামপুৰৰ ৰত্নাৱলী থানত বন্তি প্ৰজ্বলন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷
ঐতিহাসিক ৰত্নাৱলী থানত অখিল গগৈৰ আশু আৰোগ্য কামনা কৰি বন্তি প্ৰজ্বলন - কামপুৰ ঐতিহাসিক ৰত্নাৱলী থান
কামপুৰ ঐতিহাসিক ৰত্নাৱলী থানত অখিল গগৈৰ আশু আৰোগ্য কামনা কৰি বন্তি প্ৰজ্বলন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

ঐতিহাসিক ৰত্নাৱলী থানত অখিল গগৈৰ আশু আৰোগ্য কামনা কৰি বন্তি প্ৰজ্বলন
ঐতিহাসিক ৰত্নাৱলী থানতআশু আৰোগ্য কামনা কৰি বন্তি প্ৰজ্বলন
সোমবাৰে নেতা কেইগৰাকীৰ সুস্থতাৰ বাবে নেদেখা জনৰ ওচৰত সেৱা জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ লগতে একাংশ সচেতন যুৱকে । ঐতিহাসিক থানখনৰ পূজাৰীয়ে অখিল গগৈৰ আশু আৰোগ্য কামনা কৰি প্ৰদান কৰে আৰ্শীবাদ । উল্লেখ্য যে,শেহতীয়াকৈ অখিল গগৈসহ কাৰাবন্দী হৈ থকা বিটু সোণোৱাল আৰু ধৈৰ্য কোৱঁৰৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ সম্প্ৰতি তিনিও চিকিৎসাধীন হৈ আছে ৷
লগতে চাওক-মুক্ত আকাশৰ তললৈ আহিব মানস কোঁৱৰ