নগাঁও, ২০ এপ্ৰিল: শনিবাৰে শিল্পী সমাজ আৰু শিৰোমণি মইনা পাৰিজাতৰ উদ্যোগত নগাঁও চহৰৰ পানীগাঁও অঞ্চলত আয়োজন কৰা হয় মুকলি বিহুৰ । উলহ - মালহেৰে পালন কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অঞ্চলটোৰ প্ৰত্যকজন ৰাইজে । ঢোল - পেঁপাৰ মাতত মুখৰিত হৈ পৰে সমগ্ৰ পানীগাঁও অঞ্চল ।
ঢোল - পেঁপাৰ মাতত মুখৰিত পানীগাঁও অঞ্চল - ETV BHARAT
শিল্পী সমাজ আৰু শিৰোমণি মইনা পাৰিজাতৰ উদ্যোগত নগাঁও চহৰৰ পানীগাঁও অঞ্চলত মুকলি বিহুৰ আয়োজন কৰা হয় । শনিবাৰে ঢোল - পেঁপাৰ মাতত মুখৰিত হৈ পৰে সমগ্ৰ পানীগাঁও অঞ্চল ।
OPEN BIHU AT PANIGAON
কণ কণ শিশু তথা যুৱতী আৰু মহিলাসকলৰ বিহু নৃত্যই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে অঞ্চলটোত ।