নগাঁও, 6 মাৰ্চ : ৰূপহীহাট সমষ্টিৰ পৰা নৱগঠিত ৰাইজৰ দলৰ প্ৰাৰ্থীত্ব লাভৰ পাচতে সমষ্টিটোৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাক অকৰ্মণ্য বিধায়ক আখ্যা দিয়ে নজৰুল ইছলামে ৷ উল্লেখ্য যে, ৰূপহীহাট সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভৰ পাচতে নজৰুল ইছলামক নগাঁৱৰ বৰঘাটৰ পৰা উষ্ম আদৰণি জনাই সমষ্টিবাসীয়ে ৷ নগাঁৱৰ বৰঘাট বাইপাছত সহস্ৰাধিক কৰ্মী-সমৰ্থকে অসমীয়াৰ স্বাভিমান গামোচাৰে আদৰণি জনায় ইছলামক ৷
ৰূপহীহাটৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামক উষ্ম আদৰণি সমষ্টিবাসীৰ - ৰূপহীহাটৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলাম
ৰূপহীহাটৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামক উষ্ম আদৰণি সমষ্টিবাসীৰ ৷ ৰাইজৰ দলৰ প্ৰাৰ্থীত্ব লাভ কৰিয়েই নুৰুল হুদাক অকৰ্মণ্য বিধায়ক আখ্যা নজৰুল ইছলামৰ ৷
![ৰূপহীহাটৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামক উষ্ম আদৰণি সমষ্টিবাসীৰ ৰূপহীহাটৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামক উষ্ম আদৰণি সমষ্টিবাসীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10901940-283-10901940-1615050350780.jpg)
ৰূপহীহাটৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামক উষ্ম আদৰণি সমষ্টিবাসীৰ
ৰূপহীহাটৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামক উষ্ম আদৰণি সমষ্টিবাসীৰ
প্ৰাৰ্থীত্ব লাভৰ পাচতে নুৰুল হুদাৰ সমালোচনা কৰি নজৰুল ইছলামে কয় যে, ৰূপহীহাট সমষ্টিৰ ভোটাৰে বৰ্তমানৰ বিধায়ক হুদাক বিদায় দিয়াটো নিশ্চিত ৷
লগতে পঢ়ক :পানেৰিৰ বড়ো গাঁও সমূহত বিজেপিৰ No Entry !