অসম

assam

By

Published : Aug 13, 2020, 5:27 PM IST

ETV Bharat / city

নগাঁৱত ড্ৰাগছ সহ আটক সৰবৰাহকাৰী

নগাঁৱত বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্য সহ আটক এজন । জব্দ ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা বিলাসী বাহন ।

Nagaon Police Arrested Drugs Peddler
Nagaon Police Arrested Drugs Peddler

নগাঁও, 13 আগষ্ট: নগাঁও চহৰৰ খুটিকটিয়াত চলোৱা এক অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্যৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী ৷ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰাৰ লগতে জব্দ ড্ৰাগছ সৰবৰাহত ব্যৱহৃত এখন ইন'ভা গাড়ী ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটো হৈছে গুৱাহাটীৰ বসন্ত বণিয়া । AS 01GC 9848 নম্বৰৰ ইন'ভা গাড়ীখনৰে নিচা জাতীয় দ্ৰব্যখিনি মৰিকলং অঞ্চললৈ সৰবৰাহ কৰাৰ সময়তে আটক হয় সৰবৰাহকাৰীটো ।

নগাঁৱত ড্ৰাগছ সহ আটক সৰবৰাহকাৰী

নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাসৰ নেতৃত্বত চলা এই অভিযানত এজন সৰবৰাহকাৰী আটক হয় যদিও গাড়ীখনৰ চালকগৰাকী পলাই সাৰিবলৈ সক্ষম হয় ।

লগতে চাওক-নাক বজোৱাৰ বাবেই 65 বছৰীয়া পিতৃক হত্যা কৰিলে পুত্ৰই

ABOUT THE AUTHOR

...view details