হোজাই জিলাৰ যমুনামুখত ব্যৱসায়ীক আক্ৰমণ - loot
হোজাই জিলাৰ যমুনামুখত ব্যৱসায়ীক আক্ৰমণ ৷ ব্যৱসায়ীক জনক আক্ৰমণ কৰি লুটি নিয়ে 1 লাখ টকা ৷
![হোজাই জিলাৰ যমুনামুখত ব্যৱসায়ীক আক্ৰমণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3127408-thumbnail-3x2-hojai.jpg)
হোজাই জিলাৰ যমুনামুখত ব্যৱসায়ীক আক্ৰমণ
হোজাই 28 এপ্ৰিলঃ শনিবাৰে হোজাই জিলাৰ যমুনামুখৰ সৰুপথাৰত ব্যৱসায়ীক আক্ৰমণ ৷ জানিব পৰামতে শনিবাৰে বিয়লি সৰুপথাৰৰ শ্বাহজাহান নামৰ ব্যৱসায়ীজনক তিনি চাৰিজনীয়া এটা দলে আক্ৰমণ কৰি তেওঁৰ লগত থকা 1 লাখ টকা লুট কৰি লৈ যায় ৷ এই আক্ৰমণত গুৰুতৰভাৱে আহত শ্বাহজাহানক পিচত নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
হোজাই জিলাৰ যমুনামুখত ব্যৱসায়ীক আক্ৰমণ