নগাঁও, 10 মাৰ্চ : আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা ৷ পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বৰদোৱাৰ দৌল উৎসৱৰ মঙলবাৰে তৃতীয় দিনা বিৰাজ কৰিছে এক উদুলি-মুদুলি পৰিৱেশ ৷
আবিৰৰ ৰঙেৰে ৰঙীন গুৰুজনাৰ জন্মস্থান বৰদোৱা - পাঁচদিনীয়া কাৰ্যসূচীৰে বৰদোৱাৰ দৌল উৎসৱ
আবিৰৰ ৰঙেৰে ৰঙীন গুৰুজনাৰ জন্মস্থান বৰদোৱা ৷ উদুলি-মুদুলি পৰিৱেশৰ মাজত গোঁসাইক লৈ শোভাযাত্ৰা ৷
বৰদোৱাত দৌল উৎসৱ
উখল-মাখল পৰিৱেশৰ মাজতে গোঁসাইক লৈ অনুষ্ঠিত হৈছে শোভাযাত্ৰা ৷ গোঁসাইক সেৱা আগবঢ়াই অগণন ভক্তপ্ৰাণ লোকে ৷ দৌল মন্দিৰলৈকে শোভাযাত্ৰাৰে লৈ যোৱা হয় গোঁসাইক ৷
আৰু পঢ়ক : শিৱসাগৰত ফাকুৱাৰ ব্যাপক উচাহ
Last Updated : Mar 10, 2020, 9:14 PM IST