ৰূপহীহাট, 18 ছেপ্তেম্বৰ : শুকুৰবাৰে পুৱাৰ ভাগত লাওখোৱা অভয়াৰণ্যৰ মোৱামৰী বিলত তিনি চোৰাং মাছমৰীয়াক আটক কৰে বন বিভাগে ৷ সুতিৰপাৰ বন বিভাগৰ এটি দলে পুৱাৰ ভাগত বিলত মাছ মাৰি থকা তিনি লোকক প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পাচতে বনকৰ্মীৰ দলে তিনি মাছমৰীয়াসহ মাছ ধৰা জাল জব্দ কৰে ৷
লাওখোৱা অভয়াৰণ্যত চোৰাং মাছমৰীয়া আটক - লাওখোৱা অভয়াৰণ্যৰ মোৱামৰী বিল
লাওখোৱা অভয়াৰণ্যৰ বিলত মাছ মাৰি থকা অৱস্থাত তিনি চোৰাং মাছমৰীয়াক আটক বন বিভাগৰ ৷

লাওখোৱা অভয়াৰণ্যত চোৰাং মাছমৰীয়া আটক
লাওখোৱা অভয়াৰণ্যত চোৰাং মাছমৰীয়া আটক
আটকাধীন মাছমৰীয়া কেইজন মহিদুল ইছলাম,নুৰ ইছলাম আৰু ওজাৰাম চৌহান বুলি চিনাক্ত কৰা হৈছে ৷
লগতে পঢ়ক :ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা দিবলৈ সাজু ৰাজ্য চৰকাৰ