অসম

assam

ETV Bharat / city

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা - নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়

নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ শৰীৰৰ তাপমাত্ৰা পৰীক্ষা কৰে স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Health Minister Dr. Himanta Bishwa Sharma at Bhogeshwari Phukanni Civil Hospital, Nagaon
Health Minister Dr. Himanta Bishwa Sharma at Bhogeshwari Phukanni Civil Hospital, Nagaon

By

Published : Jul 17, 2020, 4:54 PM IST

নগাঁও, 17 জুলাই : শুকুৰবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । চিকিৎসালয়ত প্ৰৱেশৰ সময়ত নিজৰ শৰীৰৰ তাপমাত্ৰা পৰীক্ষা কৰে মন্ত্ৰীগৰাকীয়ে ।

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

চিকিৎসালয়খনত উপস্থিত হৈ চিকিৎসা সেৱাৰ বুজ লোৱাৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে এক আলোচনাত মিলিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী । লগতে চিকিৎসালয় কৰ্তৃপক্ষক চিকিৎসালয়খনত আধা ঘণ্টাৰ ভিতৰত ক’ভিড পৰীক্ষাৰ ফলাফল নিৰ্ণয়ৰ বাবে ৰেপিড এন্টিজেন টেষ্টৰ আৰম্ভণি কৰাৰো পৰামৰ্শ প্ৰদান কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে চাওক- মালবাহী ৰেলে মহতিয়ালে টাটা মেজিক

ABOUT THE AUTHOR

...view details