অসম

assam

ETV Bharat / city

পলাশ চাংমাইৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ - palash sangmai

ৰাজ্য়ৰ কা বিৰোধী আন্দোলনকলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা পলাশ চাংমাইৰ আছুতীয়া সাক্ষাৎকাৰ ৷

পলাশ চাংমাইৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ
পলাশ চাংমাইৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

By

Published : Feb 22, 2020, 5:06 PM IST

নগাঁও, 22 ফেব্ৰুৱাৰীঃ ৰাজ্যত কা বিৰোধী আন্দোলন স্তিমিত হোৱা বুলি চৰকাৰে কৈ থকাৰ মাজতেই এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা পলাশ চাংমাই ৷

পলাশ চাংমাইৰ সৈতে বিশেষ সাক্ষাৎকাৰ

উচ্চ আৰু উচ্চতম মাধ্যমৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত হৈ থকা আৰু অসম এক কৃষিপ্ৰধান ৰাজ্য গতিকে প্ৰত্যেক দিনাই সৰ্বসাধাৰণ ৰাইজ ওলাই অহাটো সম্ভৱ নহয় বুলি মন্তব্য কৰি অনাগত দিনত চৰকাৰে গম পাব আচলতে আন্দোলন স্তিমিত হৈছে নে নাই বুলি উল্লেখ কৰে ৷ আনহাতে সমগ্ৰ ভাৰতে আঞ্চলিকতাবাদ ৰাজনৈতিক দলৰ উত্থান হৈছে বুলি উল্লেখ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details