নগাঁও, 7 ফেব্ৰুৱাৰীঃ ‘কা' ৰ সমৰ্থনত ৰেলী বাহিৰ কৰাক লৈ বৃহস্পতিবাৰে হোজাইত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ছাত্ৰ আৰু 'মহাকাল' সংঘ বুলি পৰিচিত ছাত্ৰ সংগঠনটোৰ একাংশ সদস্যই হিন্দুত্ব বিৰোধী হুচিয়াৰ, কা বিৰোধী হুছিয়াৰ, ভাৰত মাতা কি জয়, আদি ধ্বনিৰে এক বিশাল সমদল উলিয়ায় ৷
হোজাইত আৰক্ষী আৰু কা সমৰ্থনকাৰীৰ মাজত খণ্ডযুদ্ধ - হোজাই জিলা প্ৰশাসন
ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ ‘কা’ ৰ সমর্থনত ৰেলী কৰাক লৈ উত্তপ্ত পৰিস্থিতি ৷ প্রশাসনৰ অনুমতি অবিহনেই এই ৰেলী বাহিৰ কৰাৰ অভিযোগ বিশ্ববিদ্যালয়খনৰ ছাত্র একতা সভাৰ বিৰুদ্ধে ।
![হোজাইত আৰক্ষী আৰু কা সমৰ্থনকাৰীৰ মাজত খণ্ডযুদ্ধ হোজাইত আৰক্ষী আৰু কা সমৰ্থনকাৰীৰ মাজত খণ্ডযুদ্ধ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5986014-202-5986014-1581028033917.jpg)
হোজাইত আৰক্ষী আৰু কা সমৰ্থনকাৰীৰ মাজত খণ্ডযুদ্ধ
হোজাইত ‘কা’ ৰ সমর্থনত ৰেলী কৰাক লৈ উত্তপ্ত পৰিস্থিতি
কিন্তু হোজাই জিলা প্ৰশাসনৰ পৰা কোনো অনুমতি নোলোৱা কৈয়ে বাহিৰ কৰা এই সমদলক আৰক্ষীয়ে বাধা দিয়াত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ আৰক্ষীয়ে সমদলকাৰীক ছত্ৰভংগ দিয়াৰ লগতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ৷
TAGGED:
হোজাই জিলা প্ৰশাসন