অসম

assam

ETV Bharat / city

নগাঁৱত ক’ভিড-19 ৰ বিৰুদ্ধে সজাগতা অভিযান - সুভাষিনী মহিলা সমিতি

নগাঁৱত ক’ভিড প্ৰটকল মানি চলাৰ উদ্দেশ্যৰে সজাগতা অভিযান ৷ সুভাষিনী মহিলা সমিতিৰ উদ্যোগত নগাঁও চহৰত ক’ভিড-19 ৰ সজাগতা অভিযান ৷

নগাঁৱত ক’ভিড-19 ৰ বিৰুদ্ধে সজাগতা অভিযান
নগাঁৱত ক’ভিড-19 ৰ বিৰুদ্ধে সজাগতা অভিযান

By

Published : Apr 28, 2021, 10:26 PM IST

নগাঁও, 28 এপ্ৰিল : সমগ্ৰ অসমৰ লগতে নগাঁও জিলাতো কৰ’ণাত আক্ৰান্ত হৈছে বহু সংখ্যক ব্যক্তি ৷ "সুভাষিনী মহিলা সমিতি"ৰ উদ্যোগত একাংশ মহিলাই বুধবাৰে নগাঁও চহৰৰ বিভিন্ন স্থানতত ক’ভিড প্ৰট’কল মানি চলাৰ ক্ষেত্ৰত সজাগতা অভিযান কৰে ৷

নগাঁৱত ক’ভিড-19 ৰ বিৰুদ্ধে সজাগতা অভিযান

সংগঠনটোৰ সদস্যা সকলে 'ন মাস্ক ন এন্ট্ৰি ' জাতীয় পোষ্টাৰ লৈ চহৰখনৰ বিভিন্ন প্ৰান্তত সজাগতা অভিযান চলায় ৷ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহত জন সমাগম বৃদ্ধি হোৱা হেতুকে ব্যৱসায়ীক প্ৰতিষ্ঠানত মাস্ক নিপিন্ধাকৈ কোনো ব্যক্তি যাতে প্ৰৱেশ কৰিব নোৱাৰে, তাৰ ওপৰত ব্যৱসায়ী সকলক তীক্ষ্ণ নজৰ ৰাখিব আহ্বান জনাই ৷ সমিতিক সদস্যা সকলে সকলোকে মাস্ক পৰিধান কৰা আৰু শাৰীৰিক ব্যৱধান মানি চলাৰ আহ্বান জনায় ৷

লগতে পঢ়ক :বাঘবৰৰ সত্ৰকনৰাত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details