অসম

assam

By

Published : Jun 17, 2020, 6:33 AM IST

ETV Bharat / city

ফেচবুকত মন্তব্য কৰাৰ বাবেই উকীল সন্থাৰ পৰা নিলম্বন এজন অধিবক্তাক

ইনামূল হুদা নামৰ অধিবক্তাজনৰ বিৰুদ্ধে ফেচবুকত কেবাটাও অপমামসূচক মন্তব্য কৰাৰ অভিযোগত আগন্তক ছমাহৰ বাবে অধিবক্তাজনক নিলম্বন কৰে নগাওঁ উকীল সন্থাই ।

ফেচবুকত মন্তব্য কৰাৰ বাবেই উকীল সন্থাৰ পৰা নিলম্বন এজন অধিবক্তাক
ফেচবুকত মন্তব্য কৰাৰ বাবেই উকীল সন্থাৰ পৰা নিলম্বন এজন অধিবক্তাক

নগাঁও, 16 জুন : ফেচবুকত বিতৰ্কিত মন্তব্য কৰি উকীল সন্থাৰ পৰা নিলম্বন হয় নগাঁৱৰ এগৰাকী অধিবক্তা । ইনামূল হুদা নামৰ অধিবক্তাজনৰ বিৰুদ্ধে ফেচবুকত কেবাটাও অপমামসূচক মন্তব্য কৰাৰ অভিযোগত আগন্তক ছমাহৰ বাবে অধিবক্তাজনক নিলম্বন কৰে নগাওঁ উকীল সন্থাই । মঙলবাৰে সন্থাৰ কাৰ্যালয়ত এক সংবাদ মেলাৰ আয়োজন কৰি নগাওঁ উকিল সন্থাৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা আবুল হাচেম খণ্ডকাৰে অৱগত কৰে অধিবক্তাজনৰ নিলম্বনৰ বিষয়ে । লগতে আগন্তক দুমাহৰ ভিতৰত বিষয়টো সন্দৰ্ভত লিখিতভাৱে জনাবলৈ জাননী দিয়ে অধিবক্তা ইনামূল হুদাক ।

ফেচবুকত মন্তব্য কৰাৰ বাবেই উকীল সন্থাৰ পৰা নিলম্বন এজন অধিবক্তাক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details