অসম

assam

ETV Bharat / city

যোৰহাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন - যোৰহাট ৰৰৈয়া আৰক্ষীৰ বৃহৎ সাফল্য

গোপন সূত্ৰৰ ভিত্তিত মইনা আলিৰ নামৰ ব্যক্তিজনৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ।

যোৰহাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন
যোৰহাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন

By

Published : Aug 29, 2020, 9:29 PM IST

যোৰহাট, 29 আগষ্ট: যোৰহাট ৰৰৈয়া আৰক্ষীৰ বৃহৎ সাফল্য । চৰাইবাহী তিনিআলিৰ এটা বাসগৃহত অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ।

যোৰহাট ৰৰৈয়া আৰক্ষীৰ বৃহৎ সাফল্য

জানিব পৰা মতে, এক গোপন সূত্ৰৰ ভিত্তিত মইনা আলিৰ নামৰ ব্যক্তিজনৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে 1 কেজি পৰিমাণৰ গাঞ্জা সহ সন্দেহযুক্ত হিৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জালালউদ্দিন আলি ওৰফে ভাইটি নামৰ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

লগতে চাওক-পদপথৰ মানসিক ৰোগীক চিকিৎসা প্ৰদানৰ ব্যৱস্থা দুলীয়াজানৰ যুৱকৰ

ABOUT THE AUTHOR

...view details