যোৰহাট, 6 জুনঃযোৰহাটৰ বঙালপুখুৰীৰ জয়া নগৰত সংঘটিত হয় আত্মহত্যাৰ ঘটনা ৷ এগৰাকী মেধাৱী ছাত্ৰীয়ে আত্মহত্যা কৰে ৷ যোৰহাট জিলাৰ বঙালপুখুৰীৰ জয়া নগৰত মেধাৱী ছাত্ৰীয়ে আত্মহত্যা কৰে ৷ আত্মহত্যা কৰা ছাত্ৰী গৰাকীৰ নাম কঙ্কিতা বৰা ৷ শনিবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম বিভাগত উত্তীর্ণ হৈছিল কঙ্কিতা ৷ কিন্তু আশা কৰা মতে নম্বৰ নোপোৱাৰ বাবে ছাত্ৰী গৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে ৷ ছাত্ৰী গৰাকীয়ে যোৰহাট বাল্য ভৱনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈছিল ৷ কঙ্কিতাৰ দেউতাকৰ নাম ধীৰেণ বৰা আৰু তেওঁ যোৰহাট ধেনুচোচা হাইস্কুলৰ শিক্ষক বুলি জানিবলৈ পোৱা গৈছে ৷
যোৰহাটৰ জয়া নগৰত মেধাৱী ছাত্ৰীৰ আত্মহত্যা - যোৰহাটৰ বঙালপুখুৰী
যোৰহাটৰ বঙালপুখুৰীৰ জয়া নগৰত মেধাৱী ছাত্রীৰ আত্মহত্যা ৷ আত্মহত্যা কৰা ছাত্ৰী গৰাকীৰ নাম কঙ্কিতা বৰা ৷
যোৰহাটৰ জয়া নগৰত মেধাবী ছাত্ৰীৰ আত্মহত্যা