জিঅ বেগৰ চোৰাং বেহা : ব্ৰহ্মপুত্ৰ বৰ্ডৰ অবৈধ লুণ্ঠন - অভিলাষী ২৩৮ কোটি টকাৰ আঁচনি
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণাক আওকাণ । গাড়ীৰে জিঅ বেগ চুৰিকাৰ্যত ব্যস্ত টিকে ইঞ্জিনিয়াৰিং কোম্পানী তথা মাজুলীৰ সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ ব'ৰ্ড ।
জিঅ বেগৰ চোৰাং বেহা : ব্ৰহ্মপুত্ৰ বৰ্ডৰ অবৈধ লুণ্ঠন
মাজুলী, ৩১ মে': মাজুলীৰ ভৌগোলিক স্থায়ী সুৰক্ষাৰ দ্বায়িত্বত থকা ব্ৰহ্মপুত্ৰ ব'ৰ্ডে ঠিকাদাৰেৰে মিলি মাজুলী সুৰক্ষাৰ নামত অব্যাহত ৰাখিছে ব্যাপক লুণ্ঠন । এই সম্পৰ্কত চাওঁক আমাৰ এক প্ৰতিবেদন..