অসম

assam

ETV Bharat / city

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভুৱা নাৰ্চ আটক - বহু দিন ধৰি নাৰ্চৰ পোচাক পিন্ধি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ঘূৰি ফুৰিছিল আৰিফাই

আটকাধীন মহিলাগৰাকী মৰিয়নিৰ আৰিফা বেগম
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভুৱা নাৰ্চ আটক

By

Published : Oct 2, 2020, 3:09 PM IST

Updated : Oct 2, 2020, 6:12 PM IST

14:58 October 02

আটকাধীন মহিলাগৰাকী মৰিয়নিৰ আৰিফা বেগম

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভুৱা নাৰ্চ আটক

যোৰহাট, 2 অক্টোবৰ :যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আটক হ'ল ভুৱা নাৰ্চ ৷ আটকাধীন মহিলাগৰাকী মৰিয়নিৰ আৰিফা বেগম ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বহুদিন ধৰি নাৰ্চৰ পোচাক পিন্ধি ঘুৰি ফুৰিছিল আৰিফা বেগমে ৷ যোৰহাট কৰ্তৃপক্ষই আৰিফা বেগমক কৰায়ত্ত কৰি আৰক্ষী চকীত গতাই দিয়ে ৷ 

প্ৰথম অৱস্থাত নিজকে জয়সাগৰৰ অঞ্জু গগৈ বুলি উল্লেখ কৰা মহিলাগৰাকীয়ে সোধপোচৰ অন্তত মৰিয়নিৰ আৰিফা বেগম বুলি নিজকে পৰিচয় আগবঢ়ায় ৷  

লগতে পঢ়ক :চতিয়াৰ চকীঘাটত আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্তৰ

Last Updated : Oct 2, 2020, 6:12 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details