অসম

assam

ETV Bharat / city

মাজুলীত ফেৰীৰ পৰা লুইতত পৰিল শ্ৰমিকঃ এতিয়াও নাই সন্ধান - এছডিআৰএফ দলৰ অভিযান

বৰলুইতত সন্ধানহীন শ্ৰমিক ৷ কিৰণ দাস এছ বি প্ৰিয়ানুজ -২ নামৰ ফেৰীখনৰ শ্ৰমিক আছিল লোকজন ৷

বৰলুইতত সন্ধানহীন ফেৰী শ্ৰমিক

By

Published : Jun 4, 2019, 8:36 PM IST

  • মাজুলীত ফেৰীৰ পৰা বৰলুইতত পৰিল কিৰন দাস নামৰ এজন শ্ৰমিক
  • মাজুলীৰ অফলামুখ ফেৰীত সংঘটিত হ'ল এই ঘটনা
  • কিৰণ দাস এছ বি প্ৰিয়ানুজ -২ নামৰ ফেৰীখনৰ শ্ৰমিক আছিল লোকজন
  • এছডিআৰএফে অভিযান চলাই লাভ কৰা নাই শুংসূত্ৰ
  • কাইলৈ পুনৰ অভিযান আৰম্ভ কৰিব উদ্ধাৰকাৰী দলটোৱে
  • বহু দেৰিকৈ ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হোৱাৰ অভিযোগ
    বৰলুইতত সন্ধানহীন ফেৰী শ্ৰমিক

ABOUT THE AUTHOR

...view details