তিতাবৰ, 23 এপ্ৰিল : যোৰহাট জিলাৰ তিতাবৰত ভয়াৱহভাৱে বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ । বৃহস্পতিবাৰৰ দিনটোত তিতাবৰত সৰ্বমুঠ ৭ জনকৈ ব্যক্তিৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৰ উপস্থিতি ।
কৰ’ণাতংক : তিতাবৰত 7 জনৰ দেহত ক’ভিড-19 ৰ উপস্থিতি - বৃহস্পতিবাৰ
তিতাবৰত ভয়ানকভাৱে বৃদ্ধি ক’ভিড-19 ৰ সংক্ৰমণ ৷ এদিনতে 7 জনৰ দেহত কৰ’ণাৰ উপস্থিতি ৷
কৰ’ণাতংক : তিতাবৰত 7 জনৰ দেহত ক’ভিড-19 ৰ উপস্থিতি
তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ পৰীক্ষা কেন্দ্ৰত লোক কেইজনক কৰা হয় ক’ভিড-19 ৰ টেষ্ট ৷ ক'ভিডৰ উপস্থিতি ধৰা পৰা অধিকাংশ লোকে বহিঃৰাজ্যত ভ্ৰমণ কৰি অহাৰ পাছতে মাৰাত্মক ক’ভিড-19 ত আক্ৰান্ত হৈছে ৷
লগতে পঢ়ক :বিশ্বনাথৰ বাঘমৰা দৈনিক বজাৰত ক’ভিডৰ নতুন নীতি উলংঘন একাংশৰ