- প্ৰায় দুই শতাধিক বন্য জীৱ-জন্তুৰ মৃত্যুৰ পিছতো কাজিৰঙাত কমা নাই জীৱকূলৰ বিলাই-বিপত্তি ৷
- উদ্ধাৰ হৈছে এটাৰ পাচত এটাকৈ বন্যপানীৰ মৃতদেহ ৷
- এতিয়াও কাজিৰঙাৰ 50 শতাংশ অঞ্চল পানীত বুৰ গৈ থকাত বিপদাপন্ন হৈ পৰিছে জীৱকূল ৷
- বানত বৰ্তমানলৈ মৃত্যু ঘটিছে 208 টা বন্যপ্ৰাণীৰ ৷
- কাজিৰঙাত জীৱৰ মাজত এতিয়া দেখা দিছে প্ৰচুৰ খাদ্য সংকটে ৷
কাজিৰঙা : এতিয়া ভয়াৱহ ! - ETV_ASSAM
প্ৰায় দুই শতাধিক বন্য জীৱ-জন্তুৰ মৃত্যুৰ পিছতো কাজিৰঙাত কমা নাই জীৱকূলৰ বিলাই-বিপত্তি ৷ উদ্ধাৰ হৈছে এটাৰ পাচত এটাকৈ বন্যপানীৰ মৃতদেহ ৷ এতিয়াও কাজিৰঙাৰ 50 শতাংশ অঞ্চল পানীত বুৰ গৈ থকাত বিপদাপন্ন হৈ পৰিছে জীৱকূল ৷ বানত বৰ্তমানলৈ মৃত্যু ঘটিছে 208 টা বন্যপ্ৰাণীৰ ৷ কাজিৰঙাত জীৱৰ মাজত এতিয়া দেখা দিছে প্ৰচুৰ খাদ্য সংকটে ৷
কাজিৰঙা : এতিয়া ভয়াৱহ !
Last Updated : Jul 25, 2019, 7:44 PM IST