অসম

assam

ETV Bharat / city

বিশ্ব হৃদয় দিৱসঃ চিকিৎসক চন্দন মোদকৰ মন্তব্য - উপশমৰ উপায়

সমগ্ৰ বিশ্বতে দেওবাৰৰ দিনটোত উদযাপন কৰা হৈছে বিশ্ব হৃদয় দিৱস ৷ হৃদৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিশ্বৰ প্ৰতিটো প্ৰান্ততে পালন কৰা হয় এই দিৱস ৷ এই ৰোগৰ পৰা কিদৰে উপশম লাভ কৰিব পাৰি সেই সম্পৰ্কে মন্তব্য আগবঢ়াইছে দিচপুৰ হাস্পতালৰ চিকিৎসক চন্দন মোদকে ৷

বিশ্ব হৃদয় দিৱস, 2019

By

Published : Sep 29, 2019, 11:26 AM IST

গুৱাহাটী, 29 ছেপ্টেম্বৰ :সমগ্ৰ বিশ্বতে দেওবাৰৰ দিনটোত উদযাপন কৰা হৈছে বিশ্ব হৃদয় দিৱস ৷ হৃদৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিশ্বৰ প্ৰতিটো প্ৰান্ততে পালন কৰা হয় এই দিৱস ৷ বিশ্ব হৃদয় ফেডাৰেছনে 2000 চনৰ পৰা এই দিৱসৰ উদযাপন কৰি আহিছে ৷

চিকিৎসক চন্দন মোদকৰ মন্তব্য

এই ৰোগৰ পৰা কিদৰে উপশম লাভ কৰিব পাৰি সেই সম্পৰ্কে মন্তব্য আগবঢ়াইছে দিচপুৰ হাস্পতালৰ চিকিৎসক চন্দন মোদকে ৷

চিকিৎসক চন্দন মোদকৰ মন্তব্য

চিকিৎসকৰ এক সজাগতা অভিযানত প্ৰকাশ পোৱা অনুসৰি, পৰিশ্ৰমহীনতা, সস্তীয়া খাদ্যাভ্যাসৰ পৰিণতিতে দেশত নিতৌ বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা । হৃদৰোগৰ বিশেষজ্ঞ চিকিৎসকসকলৰ মতে ধুম্ৰপান, মাদক দ্ৰব্য সেৱন আৰু প্ৰচুৰ পৰিমাণৰ মছলাযুক্ত খাদ্য খোৱাৰ ফলত নিতৌ বৃদ্ধি পাইছে এনে ৰোগীৰ সংখ্যা ।

ABOUT THE AUTHOR

...view details