- দিনজোৰা জেৰাৰ অন্তত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভিক্টৰ দাসক (Victor das arrested by guwahati police )
- টুইটাৰত অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাকলৈ উৰা বাতৰি বিয়পোৱাৰ অভিযোগ ভিক্টৰ দাসৰ বিৰুদ্ধে (Assam Direct Recruitment 2022)
- চাকৰিৰ বাবে এটা চক্ৰই ধন দাবী কৰা বুলি টুইটযোগে অভিযোগ তুলিছিল ভিক্টৰ দাসে
- মুখ্যমন্ত্ৰী, DGP, বিশেষ DGP ক উল্লেখ কৰি টুইট কৰিছিল ভিক্টৰ দাসে
- অভিযোগকাৰীজনে কেবাগৰাকীও প্ৰাক্তন বিধায়ক ইয়াৰ আঁৰত থকা বুলি দাবী কৰিছিল
- তাৰ পাছতে পানবজাৰ থানাত সোধা পোচা কৰা হৈছিল ভিক্টৰক
- সোধা পোচাৰ অন্তত ভিক্টৰ দাসক গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে
গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস - অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভিক্টৰ দাসক
দিনজোৰা জেৰাৰ অন্তত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভিক্টৰ দাসক (Victor das arrested by guwahati police ) ৷ চাকৰিৰ বাবে এটা চক্ৰই ধন দাবী কৰা বুলি টুইটযোগে অভিযোগ তুলিছিল ভিক্টৰ দাসে ৷

গ্ৰেপ্তাৰ হ’ল ভিক্টৰ দাস