গুৱাহাটী, 1 জানুৱাৰীঃনৱবৰ্ষৰ পহিলা দিনটোতে গুৱাহাটীত গ্ৰেপ্তাৰ হ'ল আলফা(স্বা) ৰ কেডাৰ ৷ বিতোপন সোণোৱাল নামৰ কেডাৰজনক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰা মতে, আলফা(স্বা)ৰ কেডাৰ বিতোপন সোণোৱালে ২৮ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ পাঞ্জাবাৰীত বাহৰ পাতি আছিল ৷ কি কাৰণত আলফা কেডাৰগৰাকীয়ে গুৱাহাটীত বাহৰ পাতি আছিল সেয়া পোহৰলৈ অহা নাই ৷ সম্প্ৰতি কেদাৰজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
গুৱাহাটীত গ্ৰেপ্তাৰ আলফা স্বাধীনৰ কেডাৰ - ULFA cadre apprehended in Guwahati
গুৱাহাটীত গ্ৰেপ্তাৰ হ'ল আলফা(স্বা)ৰ সদস্য ৷ গ্ৰেপ্তাৰ হোৱা কেদাৰজনৰ নাম বিতোপন সোণোৱাল ৷

বিতোপন সোণোৱাল
গুৱাহাটীত গ্ৰেপ্তাৰ আলফা স্বাধীনৰ কেডাৰ
Last Updated : Jan 1, 2020, 6:57 PM IST