গুৱাহাটী,24 অক্টোবৰ:আজি মহা অষ্টমী ৷ ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লগতে শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়টো আয়োজন দুৰ্গা পূজাৰ ৷ মহামাৰী কৰ'ণাৰ বাবে দুৰ্গাপূজাৰ উছাহ কিছু ম্লান পৰিলেও সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি বৈদিক ৰীতি নীতিৰে আয়োজন কৰা হৈছে পূজাভাগ ৷
সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি উগ্ৰতাৰা দেৱালয়ত পূজা - ugratara dewalaya
পূৰ্বৰ দৰে শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়তো আয়োজন দুৰ্গা পূজা ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি বৈদিক ৰীতি নীতিৰে আয়োজন কৰা হৈছে পূজা ৷
উগ্ৰতাৰা দেৱালয়ৰ পূজাৰ পৰিৱেশ
অৱশ্যে এইবাৰ পূৰ্বৰ দৰে ভক্তৰ ভিৰ পৰিলক্ষিত হোৱা নাই যদিও সেৰেঙা ভক্তৰ উপস্থিতিৰে আয়োজন কৰা হৈছে পূজা ৷ এই সন্দৰ্ভত শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ৰ পৰা ইটিভি ভাৰতৰ সংবাদিক কনক শইকীয়াৰ এক প্ৰতিবেদন ৷
লগতে পঢ়ক:দেওবাৰৰ পৰা খোল খাব মথুৰাৰ বাংকে বিহাৰী মন্দিৰৰ দুৱাৰ