হঠাৎ ASTCৰ ৭০০ কৰ্মচাৰীয়ে বিচাৰিছে স্বেচ্ছামূলক অৱসৰ
অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৭০৩ গৰাকী কৰ্মচাৰীয়ে একেলগে স্বেচ্ছামূলক অৱসৰ বিচাৰিছে (700 employees of ASTC seek voluntary retirement)। বিষয়টোক লৈ উদ্বিগ্ন, চিন্তিত স্বয়ং মুখ্যমন্ত্ৰীও । কাৰণ কি ? কিহৰ বাবে চাকৰি এৰি থৈ যাব খুজিছে একেলগে সাত শতাধিক কৰ্মচাৰীয়ে !
Encounter in Biswanath : বিশ্বনাথত আৰক্ষীত গুলিত আহত চোৰাং চিকাৰী
এইবাৰ চোৰাং চিকাৰীক লক্ষ্য আৰক্ষীৰ ৷ বিশ্বনাথৰ চোৱাগুৰীৰ নবজাৰত আৰক্ষীৰ গুলিত আহত এটা কুখ্যাত চোৰাং চিকাৰী ৷
COVID in Assam: ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ কমাৰ বিপৰীতে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা
টেষ্টৰ সংখ্যা আৰু আক্ৰান্তৰ সংখ্যা হ্ৰাস পালেও মৃত্যুৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে (Death related to Covid has increased in Assam) । ১৭ জানুৱাৰীৰ পৰা ক'ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা হঠাতে বৃদ্ধি পাইছে। বিগত ১০ দিনত ১৭৪ গৰাকী লোকে ক'ভিডত প্ৰাণ হেৰুৱাইছে।
Elephant menace continues : গোৱালপাৰাত পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ
শুকুৰবাৰে গোৱালপাৰা জিলাৰ চৈৰাবাৰীৰত হাতীৰ আক্ৰমণত নিহত হোৱা লুপেন্দ্ৰ ৰাভাৰ মৃত্যুদেহ উদ্ধাৰৰ ঘটনা মাৰ নৌযাওঁতেই পুনৰ হাতীৰ আক্ৰমণত নিহত আন এজন লোক (Man Elephant conflict in Goalpara) ৷ সবিশেষ জানো আহক ৷
Mahatma Gandhi 74th death anniversary: জাতিৰ পিতাক স্মৰণ প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ
মহাত্মা গান্ধীৰ আজি ৭৪ তম মৃত্যু বাৰ্ষিকী ৷ জাতিৰ পিতাক মৃত্যু দিনটোত সমগ্ৰ দেশৰ লগতে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায় (Modi pays homage to Mahatma Gandhi) ৷ গান্ধীজীৰ মৃত্যু দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰে হয় ৷