লতা মংগেশকাৰ: ভাৰতৰ নাইটিংগেল
অৱসান ঘটিলে ভাৰতৰ চলচিত্ৰ জগতৰ এটা সোণালী যুগৰ ৷ বহু কালজয়ী গীতেৰে জীৱন্ত কিংবদন্তিত পৰিণত হোৱা তথা সংগীত জগতৰ ভোটাতৰাস্বৰূপ লতা মংগেশকাৰে(Lata Mangeshkar paased away) দেওবাৰে পুৱা ইহলীলা সম্বৰণ কৰে ৷
নতুন সদস্যভুক্তিৰে পুনৰ শক্তিশালী হৈছে আলফা স্বাধীন !
চাৰিটা দশক ধৰি অসমৰ ৰাজনীতি আৰু সামাজিক জীৱনক প্ৰভাৱিত কৰি অহা সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফাৰ প্ৰতি আকৌ আগ্ৰহী হৈ পৰিছে ৰাজ্যৰ তৰুণ প্ৰজন্মৰ যুৱক-যুৱতীসকল (New generation of Assam is interested in ULFA)। যোৱা তিনিটা বছৰৰ ভিতৰতে কেৱল অসমৰে প্ৰায় তিনি শতাধিক যুৱক-যুৱতীয়ে যোগ দিছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনত ।
RAJYA SABHA ELECTION 2022: কংগ্ৰেছী বিধায়কক ইনভেষ্টমেন কৰি ৰাখিছে মুখ্যমন্ত্ৰীয়ে
ৰাজ্যসভাৰ দুখন আসন দখলক লৈ এতিয়া ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত সষ্টি হৈছে ব্যাপক তৎপৰতা ৷ ৰাজ্যসভালৈ প্রার্থী প্রক্ষেপক লৈ ঐক্যমতত উপনীত হােৱা নাই বিৰােধী দল কংগ্ৰেছ-এ আই ইউ ডি এফ (Congress AIUDF alliance over Rajya Sabha Election) । কংগ্ৰেছৰ ওপৰত চাপ অব্যাহত ৰাখি এ আই ইউ ডি এফে বিচাৰিছে তেওঁলােকৰ পচন্দৰ প্রার্থীক বিৰােধী প্রার্থী হিচাপে প্রক্ষেপ কৰিবলৈ ।
কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই
ক’ভিডত আক্ৰান্ত হৈ মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছিল সংগীত জগতৰ ভোটাতৰাস্বৰূপ লতা মংগেশকাৰ ৷ দেওবাৰে পুৱা চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে কোকিলকণ্ঠী গায়িকাগৰাকীয়ে ৷
ৰাজ্যসভাৰ দুয়োখন আসনতে জয়ৰ দাবী মুখ্যমন্ত্ৰীৰ : প্ৰাৰ্থীকলৈ মতানৈক্য Congress-AIUDFৰ
ৰাজ্যসভাত প্রার্থী প্রক্ষেপক লৈ ঐকমত্যত উপনীত হােৱা নাই বিৰােধী দল কংগ্ৰেছ-এ আই ইউ ডি এফ (Congress AIUDF alliance over Rajya Sabha Elections) । কংগ্ৰেছৰ ওপৰত চাপ অব্যাহত ৰাখি এ আই ইউ ডি এফে তেওঁলােকৰ পচন্দৰ প্রার্থীক বিৰােধী প্রার্থী হিচাপে প্রক্ষেপ কৰিব বিচাৰিছে । কংগ্ৰেছে অপেক্ষা কৰিছে দেবব্ৰত শইকীয়াৰ নেতৃত্বত গঠিত কমিটীৰ প্রতিবেদনলৈ । ৰাজ্যসভাৰ নিৰ্বাচনত দুয়োখন আসনতে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।