মুখ্যমন্ত্রীৰে মন্ত্রী-বিধায়ক আৰু বিষয়ববীয়াৰ গুৰুত্বপূৰ্ণ বৈঠক: নৱ নিৰ্বাচিত সাংসদক সম্বৰ্ধনা
নৱ নিৰ্বাচিত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীক শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন । দলৰ সাংগঠনিক দিশৰ লগতে আগন্তুক দিনবোৰত দলীয় কাৰ্যপন্থা সন্দৰ্ভত বিশদভাৱে আলোচনা । দলীয় বিভিন্ন আভ্যন্তৰীণ বিষয়কলৈ আলোচনা । বৈঠকত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ (Guwahati Municipal Corporation Elections 2022) প্ৰসংগ ।
Rajya Sabha Election: এ আই ইউ ডি এফৰ বাবেই ৰিপুন বৰাই হাৰিলঃ দেব্ৰৱত শইকীয়া
ৰাজ্যসভা নিৰ্বাচনত শাসকীয় দল জয় হোৱাৰ ক্ষেত্ৰত এ আই ইউ ডিয়ে বি জে পিক সহায় কৰিছে । নিৰ্বাচনত এ আই ইউ ডি এফৰ পাঁচগৰাকী বিধায়কে কংগ্ৰেছৰ বিৰুদ্ধে ভোট দিছে । ৰাজ্য নিৰ্বাচনত কংগ্ৰেছৰ দুইগৰাকী বিধায়কৰ বাহিৰে 25 গৰাকী বিধায়কে ৰিপুন বৰাক ভোট দিছিল । দেব্ৰৱত শইকীয়াৰ মন্তব্য (Debabrata Saikia comments on Rajya Sabha Election result)।
FIFA World Cup Qatar 2022 : জাৰ্মানীৰ বিৰুদ্ধে সমুখ সমৰত নামিব স্পেইন
ফিফা বিশ্বকাপ 2022 ৰ আয়োজক কাটাৰক গ্ৰুপ পৰ্যায়ৰ খেলত তিনিবাৰৰ ৰাণাৰ্ছ আপ নেডাৰলেণ্ডৰ(Three time runners-up the Netherlands) সৈতে অন্তৰ্ভূক্ত কৰা হৈছে ৷ আনহাতে, ২০১০ চনৰ খিতাপ বিজয়ী স্পেইন ২০১৪ চনৰ চেম্পিয়ন জাৰ্মানীৰ বিৰুদ্ধে হ’বলগীয়া মেচত অৱৰ্তীণ হ’ব (Germany, Spain to collide with each other in FIFA) ৷
ভূপেন বৰাক অকৰ্মণ্য, অলগৰ্দ্ধ আখ্যা ৰূপজ্যোতি কুৰ্মীৰ
ভূপেন বৰাক অকৰ্মণ্য-অলগৰ্দ্ধ আৰু অপকাৰী আখ্যা দিলে ৰূপজ্যোতি কুৰ্মীয়ে ৷ বিধায়ক কুৰ্মীৰ মতে এ আই ইউ ডি এফ প্ৰধান বিৰোধী দল হ'বলৈ গৈ আছে ৷ ভূপেন বৰাক ৰাজনীতি ত্যাগ কৰি সন্যাস ল'বলৈও আহ্বান জনালে বিধায়কগৰাকীয়ে (Rupjyoti Kurmi criticises Bhupen Bora)।
Police Firing at Moran : মৰাণত আৰক্ষীৰ গুলীচালনাক লৈ তীব্ৰ চাঞ্চল্য
ৰাজ্যত প্ৰায় নিতৌ সংঘটিত হৈ আছে অসম আৰক্ষী এনকাউণ্টাৰৰ ঘটনা(Assam Police encounter) ৷ এনে সময়তে শুকুৰবাৰে নিশা মৰাণত হঠাতে শুনা গ’ল গুলীৰ শব্দ(Police Firing at Moran) ৷ কিন্তু কোনে আৰু কাক লক্ষ্য কৰিছিল এই গুলীচালনা, চাওক এই প্ৰতিবেদনত ৷