আলফাৰ ঘাটিত আৰক্ষীৰ চোৰাংচোৱা ! চাঞ্চল্যকৰ ভিডিঅ’ প্ৰকাশ
অসম আৰক্ষী আৰু ভাৰতীয় দখলদাৰী বাহিনীৰ গুপ্তচৰ আছিল বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ মুনীন্দ্ৰ শৰ্মাৰ পুত্ৰ সঞ্জীৱ শৰ্মা ৷ অসম আৰক্ষী আৰু ভাৰতীয় দখলদাৰী বাহিনীৰ হৈ সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা(স্বা)ৰ বিৰুদ্ধে কাম কৰিছিল সঞ্জীৱে (Sanjiv Sarma was the spy of Assam Police and Indian Occupation Force) ৷ আলফা(স্বা) ৰ প্ৰচাৰ বিভাগৰ ফালৰ পৰা এই কথা স্পষ্ট কৰি দিয়া(Ulfa independent nabs Assam police spy in camp) হৈছে ৷
SI Exam Question Paper Viral : এজন যুৱকক আটক কামপুৰ আৰক্ষীৰ
এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল(Assam police SI Exam Question Paper Viral) সন্দৰ্ভত এজনক আটক ৷ কামপুৰ আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক ৷ যুৱকজনে মালিগাঁৱৰ ললিত চন্দ্ৰ ভড়ালী মহাবিদ্যালয়ৰ পৰা এই আৰক্ষীৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল কৰা বুলি আৰক্ষীৰ আগত সদৰি কৰে ৷
Jignesh Mevani latest news : বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ জিগনেশ মেৱানীক
মঙলবাৰে বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ(Jignesh mevani present in Barpeta district judicial court) কৰোৱা হয় গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক ৷ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এক গোচৰৰ ভিত্তিত পুনৰবাৰ অসম পুলিচে আটক কৰিছিল দলিত নেতা গৰাকীক (Jignesh Mevani rearrested by Assam police) ৷
পেঙেৰীত বন্যহস্তীৰ উপদ্ৰৱ : ভাঙি লণ্ড-ভণ্ড বাসগৃহ
ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত(Man Elephant Conflict in Assam) । প্ৰতিদিনেই বন্যহস্তীয়ে নিদ্ৰা হৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ । তিনিচুকীয়াৰ পেঙেৰীতো বন্যহস্তীয়ে চলাইছে উপদ্ৰৱ । শেহতীয়াকৈ এজন লোকক আঘাতপ্ৰাপ্ত কৰাৰ বিপৰীতে ভাঙি লণ্ড-ভণ্ড কৰিলে আন এজন লোকৰ বাসগৃহ ।
জিগনেশ মেৱানীক পুনৰ গ্ৰেপ্তাৰক লৈ কংগ্ৰেছ, কৃষক মুক্তিৰ ক্ষোভ প্ৰকাশ
সমাগত গুজৰাটৰ নিৰ্বাচন (Upcoming Gujarat election 2022) ৷ এই নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ মোডীৰ মূল প্ৰতিদ্বন্দ্বী দলিত নেতা জিগনেশ মেৱানী ৷ সেয়ে নিৰ্বাচনত হৰাৰ শংকাত এটাৰ পিছত আনটো গোচৰৰ অভিযোগৰ ভিত্তিত অসম আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে দলিত নেতাগৰাকীক ৷ এই মন্তব্য জিগনেশ মেৱানীৰ আত্মীয়ৰ ৷