মাজুলীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা : মনোনয়ন দাখিল ভুৱন গামৰ
বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামে(Bhuban Gam file nomination papers today) বুধবাৰে মাজুলীত মনোনয়ন পত্ৰ দাখিল কৰে ৷ ভুবন গামৰ মনোনয়নৰ সংগ দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাজুলীত উপস্থিত হয় যদিও বিশেষ কামৰ বাবে তেওঁ এখন সভাত অংশগ্ৰহণ কৰি মুম্বাইলৈ যাত্ৰা কৰে ।
অৰুণাচলত সাজু আৰু ছটাকৈ বৃহৎ ‘জলবোমা’
সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ পাচতেই পুনৰ অসমৰ বাবে আহিছে অশনি সংকেত ৷ অৰুণাচলত ইটোৰ পিছত সিটোকৈ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাৰ ফলতে ভয়াৱহ ভাৱে হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷
Assam Baibhav award : মুম্বাইত ৰতন টাটাক ‘অসম বৈভৱ’ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে
বুধবাৰে মুম্বাইত কিংবদন্তী উদ্যোগপতি ৰতন টাটাক প্ৰদান অসম বৈভৱ’ বঁটা (Assam Baibhav-The States highest civilian award)৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিংবদন্তী উদ্যোগপতিগৰাকীক হাতে হাতে প্ৰদান কৰে এই বঁটা ৷
মাল্যাৰ্পণেৰে যাচিলে শ্ৰদ্ধা: কোকিলকন্ঠীৰ বাসগৃহত মুখ্যমন্ত্ৰী
সদ্যপ্ৰয়াত লতা মংগেশকাৰৰ মুম্বাইৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma visited the residence of legendary singer Lata Mangeshkar) ৷ প্ৰিয় শিল্পীগৰাকীৰ ছবিত মাল্যাৰ্পণেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
DNLA ceasefire program: ধনশিৰিত ডিএনএলএৰ অন্তিমটো অস্ত্ৰ সম্বৰণ কাৰ্যসূচী
বুধবাৰে অস্ত্ৰ সম্বৰণ কৰিলে ডিমাছা নেশ্যনেল লিবাৰেশ্যন আর্মীৰ 52 গৰাকী কেডাৰে(DNLA ceasefire program) ৷ বিগত ৫ বছৰ ধৰি সশস্ত্ৰ সংগ্ৰাম চলাই অহা সশস্ত্ৰ সংগঠনটোৰ এয়া অন্তিমটো অস্ত্ৰ সম্বৰণ কাৰ্যসূচী ৷