কামাখ্যা মন্দিৰৰ বাবে মাটি দিছিল ঔৰংজেৱে : আমিনুল ইছলাম
ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ কৈছিল বাবৰ অহাৰ আগলৈকে দেশত সকলো হিন্দু আছিল(Before Babar there was hindu says Himanta) ৷ এই সন্দৰ্ভত এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে ৷ কামাখ্যা মন্দিৰৰ বাবে ঔৰংজেৱে মাটি দিছিল বুলি কিয় ক’লে ইছলামে সবিশেষ জানো আহক ৷
Tension grips Nagaland : প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই সদৰি কৰিলে হতাহতৰ তথ্য
নাগালেণ্ডৰ গুলিয়াগুলীৰ ঘটনাত (Security forces firing in Nagalnad) হতাহতৰ তথ্য ইটিভি ভাৰতৰ আগত সদৰি কৰিলে কহিমাৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ (Kohima's defence spokesperson) কৰ্ণেল সুমিত শৰ্মাই ৷ শনিবাৰে নিশা নিৰাপ্তাৰক্ষীৰ আক্ৰমণত নিহত হৈছে 6 জনকৈ যুৱক ৷
Nagaon police firing : আনন্দ মিশ্ৰ বাহিনীৰ গুলীত আহত ড্ৰাগছ মাফিয়া
নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীৰ গুলীত পুনৰ আহত এটা ড্ৰাগছ মাফিয়া(Drugs mafia injured in police firing) ৷ CRPF সৈতে চলোৱা এক যৌথ অভিযানৰ সময়তে ড্ৰাগছ মাফিয়াই চোকা অস্ত্ৰৰে আৰক্ষীৰ জোৱানক আক্ৰমণৰ চেষ্টা কৰে ৷ যাৰবাবে গুলী চলাবলৈ বাধ্য নগাঁও আৰক্ষীয়ে(Nagaon police firing) ৷
পৌৰসভা নিৰ্বাচনত অগপৰে মিত্ৰতা নকৰে বৰপেটা জিলা বিজেপিয়ে !
বৰপেটা পৌৰসভাৰ নিৰ্বাচনত সুকীয়াকৈ প্ৰাৰ্থী দিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে বৰপেটা জিলা বিজেপিয়ে(BJP will not ally with AGP in municipal elections) ৷ বৰপেটা জিলাৰ বিজেপিৰ প্ৰভাৰী জয়ন্ত কুমাৰ দাসে কয়, এইবাৰ পৌৰ সভা নিৰ্বাচনত বিজেপিয়ে মিত্ৰতা নকৰাকৈয়ে প্ৰাৰ্থী দিয়াটো বিচাৰিছে ৰাইজে ৷
মৌলবাদী সংগঠনৰে কি সম্পর্ক নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকাৰ ?
মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে আদালতত দাখিল কৰা অভিযোগনামাৰ পৃষ্ঠাই পৃষ্ঠাই ভয়ংকৰ তথ্য(Chargesheet against Rounak Ali Hazarika) । ২০১১ চনৰ পৰা ২০২০ চনলৈ মুঠ ১১ বাৰ বিদেশ ভ্রমণ কৰা ৰৌণক আলী হাজৰিকাই এবাৰহে বিদেশ ভ্রমণৰ বাবে অনুমতি লৈছিল ।