বন্ধুৰ ঘৰত বিহু উদযাপন জনপ্ৰিয় অভিনেতা কেকে-মোহনৰ
টীয়কত বন্ধুৰ উপস্থিত বেহাৰবাৰী আউটপোষ্টৰ দুই অভিনেতা ৷ বন্ধুৰ ঘৰত উপস্থিত হৈ বিহু উদযাপন কৰে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা ওৰফে কে কে আৰু দ্বীপজ্যোতি কেওট ওৰফে মোহনে(Actor K K and Mohan visits teok) ৷
Rangali Bihu 2022 : মিছামাৰীত ঘৰে ঘৰে ৰঙালীৰ ৰং
অসমীয়া জাতিৰ হেঁপাহৰ ৰঙালী বিহুৰ বাবে ৰাজ্যজুৰি বিৰাজ কৰিছে উখল-মাখল পৰিৱেশ ৷ ঢোল-পেঁপাৰ শব্দত ৰজনজনাই উঠিছে শোণিতপুৰৰ মিছামাৰী অঞ্চলো ৷
প্ৰথম ব’হাগতে বা-মাৰলীৰ তাণ্ডৱ: নগাঁৱত বিস্তৰ ক্ষতি
ৰাজ্যত ৰঙালীৰ উৎসাহ(Rangali Bihu in Assam) । কিন্তু তাৰ মাজতে ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ । প্ৰথম ব’হাগতে নগাঁৱৰ বিভিন্ন অঞ্চল জোকাৰি গ'ল এজাক প্ৰৱল বা-মাৰলীয়ে । নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলত ধুমুহাত বিস্তৰ ক্ষতি(Heavy damage caused by storm in North-West Nagaon) । বাসগৃহ, বিদ্যালয়, দোকান-পোহাৰ বিধ্বস্ত নতুন বছৰৰ প্ৰথমটো ধুমুহাত।
গুজৰাটৰ মৰবিত ১০৮ ফুট উচ্চতাৰ হনুমান মূৰ্ত্তি উন্মোচন প্ৰধানমন্ত্ৰী মোদীৰ
মৰবিৰ বাপু কেশৱানন্দ জীৰ আশ্ৰমত(Ashram of Bapu Keshvanand) স্থাপন কৰা ১০৮ ফুট উচ্চতাৰ হনুমান মূৰ্ত্তি উন্মোচন । উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(PM Modi unveils 108 ft Lord Hanuman statue) । 'হনুমানজী চাৰ ধাম' প্ৰকল্পৰ অংশৰ প্ৰথমটো মূৰ্ত্তি ২০১০ চনত হিমাচল প্ৰদেশৰ চিমলাত স্থাপন কৰা হৈছিল ।
ৰাজ্যবাসীলৈ জনাৰ্দন দেৱ গোস্বামীৰ বিহুৰ শুভেচ্ছা
আজি গোঁসাই বিহু অৰ্থাৎ ব’হাগৰ দ্বিতীয়টো দিন ৷ ৰঙালীৰ ৰঙত মতলীয়া সমগ্ৰ ৰাজ্য ৷ ঢোল, তাল, পেঁপাৰ মাতত মুখৰিত হৈছে ৰাজ্যৰ চৌদিশ ৷ ৰাজ্যবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে দক্ষিণপাট গৃহাস্বামী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে(Rangali Bihu greetings from Janardan Dev Goswami) ৷