Covid 19 in India : বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত 97,827 গৰাকী
বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত হৈছে 97,827 গৰাকী লোক (India reports 97827 new covid cases in last 24 hours) ৷ মঙলবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য ৷ বৰ্তমান দেশত সক্ৰিয় আক্ৰান্তৰ হাৰ হৈছে 2.03 শতাংশ ৷
PM's photo removed from Covid certificate : ভেকচিন চাৰ্টিফিকেটৰ পৰা আঁতৰিল প্ৰধানমন্ত্ৰী ফটো
দেশত বৃদ্ধি পাইছে ক’ভিড 19 ৰ সংক্ৰমণ (Covid 19 cases increase in India) ৷ শেহতীয়াকৈ দেশৰ কেইবাগৰাকীও ৰাজনৈতিক নেতা আক্ৰান্ত হৈছে কৰ’ণাত (Most of Political leaders in India tested Corona positive) ৷ ইয়াৰ মাজতে আকৌ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশৰ পাঁচখন ৰাজ্যৰ নিৰ্বাচনী আচৰণবিধি জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত কৰ’ণা ভেকচিনৰ চাৰ্টিফিকেটত থকা প্ৰধানমন্ত্ৰী মোডীৰ ফটো আঁতৰ (Health Ministry removed photo of PM Modi from Covid 19 vaccine certificates) কৰিবলগা হৈছে ৷
Covid 19 cases increase in Assam : ৰাজ্যত নতুনকৈ 2198 গৰাকী লোক কৰ’ণাত আক্ৰান্ত
সমগ্ৰ দেশৰ লগতে অসমতো বিশেষকৈ গুৱাহাটীত ক’ভিড-19 দ্ৰুতগতিত বৃদ্ধি (Covid 19 cases increase in Assam) পাবলৈ ধৰিছে ৷ বিশেষকৈ মহানগৰীত আক্ৰান্তৰ সংখ্যা (Guwahati city becomes Covid hotspot) ভয়াৱহ ৰূপত বাঢ়ি আছে ৷ স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি, সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ২,১৯৮ গৰাকী লোক ক'ভিড 19 ত আক্ৰান্ত হৈছে ৷ ইয়াৰে ৭৬০ গৰাকী লোক গুৱাহাটী মহানগৰীৰ ৷
Journalist Bikash Moran Passes Away : তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ আত্মহত্যা
সাংবাদিক বিকাশ মৰাণৰ আত্মহনন (Journalist Bikash Moran Commits suicide) ৷ সোমবাৰে নিশা প্ৰায় 11 মান বজাত পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে সাংবাদিকগৰাকীয়ে । মৰাণৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই ।
Asomi Saras Mela 2022 : জিলা উপায়ুক্তৰ নিৰ্দেশত তাৎক্ষণিকভাৱে বন্ধ অসমী সৰস মেলা
ক'ভিডৰ নীতি-নিয়ম উলংঘন কৰি তেজপুৰত অসমী সৰস আৰু ভোগালী মেলা (Asomi Saras Mela 2022 held at Tezpur) অনুষ্ঠিত কৰাৰ অভিযোগ (Asomi Saras Mela 2022 violate Covid norms) ৷ সৰস মেলাৰ বিপণীৰ এগৰাকী মহিলাৰ দেহত ক'ভিড-19 ৰ উপস্থিতি (one women tested covid positive in asomi saras mela 2022) ৷