Jorhat Mob Lynching : গ্ৰেপ্তাৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাস
গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ গণ প্ৰহাৰৰ মূল অভিযুক্ত (Jorhat mob lynching main accused arrested) ৷ যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ক’লা ল’ৰা ওৰফে নীৰজ দাসক ৷
Har Ghar Dastak in Assam : জিলাই জিলাই আৰম্ভ হ’ব প্ৰতিষেধক প্ৰদানৰ অভিযান
ৰাজ্যত এশ শতাংশ ক’ভিড ভেকচিন প্ৰদানৰ বাবে চৰকাৰ তথা প্ৰশাসনে আৰম্ভ কৰিছে ‘‘হৰ ঘৰ দস্তক’’ অভিযান(Har ghar dastak mission in Assam) ৷ এই অভিযান সফল কৰি তোলাৰ বাবে প্ৰতিখন জিলাত ভাগে ভাগে বিষয়া-কৰ্মচাৰী নিয়োগ কৰাৰ লগতে জনসাধাৰণকো এই অভিযানত হাত উজান দিবলৈ অনুৰোধ জনাইছে চৰকাৰে ৷
Mob lynching in Jorhat : দিন দুপৰতে হত্যা কৰা হ’ল আছু নেতাক
ৰাজ্যত পুনৰ সংঘটিত হ'ল গণ প্ৰহাৰৰ ঘটনা (Mob lynching in Jorhat)। এইবাৰ দিন দুপৰতে যোৰহাট চহৰত মৰিয়াই মৰিয়াই হত্যা এজন আছু নেতাক (AASU leader killed in Jorhat)৷
Covid Resistant Mask: গুৱাহাটী আই আই টিৰ উদ্ভাৱন
সাধাৰণ কাপোৰৰ মাস্কে ক'ভিডৰ সংক্ৰমণ ৰোধ কৰিব নোৱাৰে বুলি ইতিমধ্যে চিকিৎসা বিজ্ঞানীসকলে মত প্ৰকাশ কৰি আহিছে । ইয়াৰ বিকল্প হিচাপে গুৱাহাটী আই আই টি (IIT Guwahati)য়ে উদ্ভাৱন কৰি উলিয়াইছে ক'ভিড প্ৰতিৰোধী আৱৰণ (Covid Resistant Mask) ৷
Mob lynching of Abhi-Neel case: গোচৰত সাক্ষ্যদান অনুসন্ধানকাৰী আৰক্ষী বিষয়াৰ
অভি-নীল হত্যাকাণ্ডৰ গোচৰ(Abhi-Neel Murder Case)ত ৬৩ জনৰ সাক্ষ্যদান নগাঁও আদালতত । সাক্ষ্যদান কৰিলে গোচৰটোৰ অনুসন্ধানত জড়িত আৰক্ষী বিষয়াও । আৰক্ষীৰ বিষয়াৰ সাক্ষীক লৈ সন্তুষ্টি প্ৰকাশ নীল-অভিৰ পিতৃৰ ।