ৰাজ্যত বানৰ কৱলত 20 খন জিলাৰ প্ৰায় 11 লাখ লোক
ৰাজ্যৰ 20 খন জিলাৰ 49 টা ৰাজহ চক্ৰ এতিয়াও বানৰ কৱলত ৷ বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 11,16,825 লাখ লোক ৷ মঙলবাৰৰ দিনটোত পুনৰ বানত মৃত্যু হয় 4 জন লোকৰ(Assam Flood 2022) ৷
অসমত পাম খেতি কৰিবই কেন্দ্ৰীয় চৰকাৰে
পাম খেতিয়ে অসমৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি বিশেষজ্ঞই কৰা সতর্কবাণীকো আওকাণ কেন্দ্ৰৰ(Palm cultivation in Assam)। পতঞ্জলি ফুড লিমিটেডে অসমৰ সাতখন জিলা কৰিব খেতি । কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলত পাম খেতিৰ বাবে বিনিয়োগ কৰিব ৫,৮৫০ কোটি টকা।
কাশ্মীৰত পিতৃ-মাতৃৰ আহ্বানত সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণ
জন্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্য়াহত থকাৰ সময়তে দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ হাদিগাম অঞ্চলত হোৱা এক সংঘৰ্ষৰ সময়ত দুজন স্থানীয় সন্ত্ৰাসবাদীয়ে পিতৃ-মাতৃৰ আহ্বানত আত্মসমৰ্পণ কৰে (Encounter in Kulgam)।
Encounter at Kokrajhar: আৰক্ষীৰ গুলীত আহত চিলনী চোৰ
মঙলবাৰে নিশা কোকৰাঝাৰ জিলাৰ বালাজান তিনিআলিত আৰক্ষীৰ গুলীত আহত হ'ল এটা চিলনী চোৰ (Thief injured in police firing at Kakrajhar)৷ চিলনী চোৰটো বিহাৰৰ বিনয় দাস । নিশা চোৰটোক লৈ এক অভিযান চলোৱাৰ সময়তে আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা চলাইছিল । ভৰিত গুলী লাগে চোৰটোৰ ।
গুৱাহাটীৰ ভিন্নস্থানত ED ৰ তালাচী
মঙলবাৰে গুৱাটীস্থিত এক ভিভ' প্ৰতিষ্ঠানত অবৈধ ধন সৰবৰাহৰ তদন্তত ই ডিয়ে তালাচী অভিযান চলায় (ED raid in various places at Guwahati) ৷ কেৱল ভিভ'ই নহয় ইয়াৰ সৈতে সম্পৰ্ক থকা কোম্পানীৰ বিৰুদ্ধেও সৰৱ হৈছে ই ডি ৷