নিউজ ডেস্ক, 19 ডিচেম্বৰ :আজি তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা ৷ মুঠ 124 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজিৰ ভোটগণনাত ৷ 35 খন আসনৰ বাবে আজি ভোটগণনা সম্পন্ন হ'ব ৷ পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা ৷ এখন আসনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী এগৰাকী বিজেপিৰ প্ৰাৰ্থী ৷ ইয়াৰ জৰিয়তে এখনত অগ্ৰগতি লাভ কৰি আছে বিজেপি দলে ৷
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ আজি ভোটগণনা - তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ আজি ভোটগণনা
আজি তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা ৷ মুঠ 124 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আজিৰ ভোটগণনাত ৷
![তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ আজি ভোটগণনা পুৱা 8 বজাৰ পৰা ভোটগণনা আৰম্ভ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9930456-thumbnail-3x2-tiwa.jpg)
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ আজি ভোটগণনা