অসম

assam

ETV Bharat / city

ক'ভিড ৰোগীক বিনামূলীয়া দৰৱ দিবলৈ স্বাস্থ্য বিভাগৰ নিৰ্দেশ - স্বাস্থ্য বিভাগ

ক’ভিড ৰোগীলৈ স্বাস্থ্য বিভাগৰ কিছু সকাহ ৷ ক'ভিড ৰোগীক একোটাকৈ দৰৱৰ টোপোলা আৰু বিধানপত্ৰ (Prescription) যোগান ধৰাটো নিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগে সকলো জিলাৰ উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সঞ্চালক সকললৈ নিৰ্দেশ ৷

ক'ভিড ৰোগীক বিনামূলীয়া দৰৱ দিবলৈ স্বাস্থ্য বিভাগৰ নিৰ্দেশ
ক'ভিড ৰোগীক বিনামূলীয়া দৰৱ দিবলৈ স্বাস্থ্য বিভাগৰ নিৰ্দেশ

By

Published : May 22, 2021, 10:32 PM IST

গুৱাহাটী, ২২ মে': ৰাজ্যজুৰি কৰ‘ণাৰ গণ সংক্ৰমণ হৈ থকাৰ সময়তেই স্বাস্থ্য় বিভাগে গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বা হোম আইশ্ব'লেছনত থকা সকলো ক'ভিড ৰোগীকে একোটাকৈ দৰৱৰ টোপোলা আৰু বিধানপত্ৰ (Prescription) যোগান ধৰাটো নিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগে সকলো জিলাৰ উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সঞ্চালক সকললৈ নিৰ্দেশ প্ৰেৰণ কৰিছে ।

ক'ভিড ৰোগীক বিনামূলীয়া দৰৱ দিবলৈ স্বাস্থ্য বিভাগৰ নিৰ্দেশ

স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোয়েলে জাৰি কৰা এই নিৰ্দেশত আৰু কোৱা হৈছে যে প্ৰতিটো দৰৱৰ টোপোলাত যাতে এফালে ইংৰাজীত আৰু আনফালে স্থানীয় ভাষাত দৰৱৰ নাম আদি স্পষ্টকৈ লিখি দিয়া হয় ।

ক'ভিড ৰোগীক বিনামূলীয়া দৰৱ দিবলৈ স্বাস্থ্য বিভাগৰ নিৰ্দেশ

ইয়াৰোপৰি প্ৰতিটো দৰৱৰ টোপোলাৰ সৈতে বিধানপত্ৰ বা Prescription দিবলৈ নিৰ্দেশ দিয়া হৈছে ।

ক'ভিড ৰোগীক বিনামূলীয়া দৰৱ দিবলৈ স্বাস্থ্য বিভাগৰ নিৰ্দেশ

টোপোলা সমূহ আৰু বিধানপত্ৰ কেনেকুৱা হ’ব লাগিব তাৰ একোটা নমুনাও প্ৰেৰণ কৰা হৈছে নিৰ্দেশটোৰ সৈতে ।

লগতে পঢ়ক :এটুপি খোৱা পানীৰ বাবেও হাহাকাৰ ক’ভিড কেয়াৰ কেন্দ্ৰত

ABOUT THE AUTHOR

...view details