অসম

assam

ETV Bharat / city

চুপাৰী ট্ৰাক চালকৰ বিস্ফোৰণঃ চাংসাৰীৰ পৰা আৰম্ভ হয় চুপাৰী চিণ্ডিকেট - মহানগৰ আৰক্ষী

বুধবাৰে নিশা জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় 27 খনকৈ চুপাৰীভৰ্তি ট্ৰাক ৷ মিজোৰামৰ পৰা পশ্চিম বংগলৈ গৈ থকা অৱস্থাতেই জব্দ হয় ট্ৰাককেইখন । মহানগৰ আৰক্ষীয়ে ট্ৰাককেইখন জব্দ কৰি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ।

চাংসাৰীৰ পৰা আৰম্ভ হয় চুপাৰী চিণ্ডিকেট

By

Published : Aug 22, 2019, 7:58 PM IST

গুৱাহাটী,22আগষ্টঃ ৰাজ্যত বৰ্তমানো অব্যাহত চুপাৰী চিণ্ডিকেট। নিশা হ'লেই মহানগৰীৰ মাজেৰে দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হয় বাৰ্মিজ চুপাৰী। নিশা জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় 27 খনকৈ চুপাৰীভৰ্তি ট্ৰাক। ইফালে জব্দকৃত ট্ৰাকৰ চালকে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে বিস্ফোৰক মন্তব্য। ট্ৰাকসমূহৰ পৰা আৰক্ষীৰ লোকে সংগ্ৰহ কৰে ধন। প্ৰতিখন ট্ৰাকে ২০০-৫০০টকা পৰ্যন্ত দিব লাগে আৰক্ষীক। চাওক এক প্ৰতিবেদনঃ

চুপাৰী ট্ৰাক চালকৰ বিস্ফোৰণঃ চাংসাৰীৰ পৰা আৰম্ভ হয় চুপাৰী চিণ্ডিকেট

ABOUT THE AUTHOR

...view details