অসম

assam

By

Published : Feb 14, 2019, 10:37 PM IST

ETV Bharat / city

গুৱাহাটীত উপস্থিত কনৰাড চাংমাসহ অগপৰ প্ৰতিনিধি দল

বৰঝাৰ বিমান বন্দৰত বিপুল আদৰণি

কনৰাদ চাংমা

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যসভাত সৱল স্থিতি দাঙি ধৰাৰ পিচত গুৱাহাটীত আহি উপস্থিত হোৱা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাদ চাংমাক উষ্ম আদৰণি জনায় কেইবাশতাধিক লোকে ।

কনৰাদ চাংমা
অগপৰ প্ৰতিনিধি দলৰ সৈতে গুৱাহাটীত উপস্থিত হোৱা মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীক গীতে-মাতে আদৰণি জনায় প্ৰায় ৫ শতাধিক লোকে ।

বিমানবন্দৰত উপস্থিত হৈ এই জয় উত্তৰ-পূববাসী ৰাইজৰ জয়, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিবাদী কন্ঠত দিল্লীৰ কন্ঠ ৰুদ্ধ বুলি মন্তব্য কৰে কনৰাদ চাংমাই ।

ABOUT THE AUTHOR

...view details