অসম

assam

ETV Bharat / city

দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী সুবাসনা দত্ত

শুকুৰবাৰে পুৱা কন্ঠশিল্পী সুবাসনা দত্তৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হয় ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কন্ঠশিল্পীগৰাকী বৰ্তমান এক্সেল কেয়াৰ হস্পিতালত চিকিৎসাধীন ৷

By

Published : Apr 19, 2019, 11:11 AM IST

কন্ঠশিল্পী সুবাসনা দত্তৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

  • ৰঙিয়াত কন্ঠশিল্পী সুবাসনা দত্তৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
  • বঙাইগাঁৱত অনুষ্ঠানৰ পৰা ঘূৰি অহাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো
  • শুকুৰবাৰে পুৱা ৫ বজাত ৰঙিয়াত সংঘটিত হয় এই দুৰ্ঘটনা
  • গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সুবাসনা দত্ত
  • বৰ্তমান বৰাগাঁৱৰ এক্সেল কেয়াৰ হস্পিতালত চিকিৎসাধীন কন্ঠশিল্পীগৰাকী
  • মুখমণ্ডলত আঘাতপ্ৰাপ্ত কণ্ঠশিল্পীগৰাকী
    কন্ঠশিল্পী সুবাসনা দত্তৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

ABOUT THE AUTHOR

...view details