গুৱাহাটী, 9 নৱেম্বৰ:মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গুৱাহাটীস্থিত বাসগৃহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা বেষ্টনী গঢ়ি তোলা হৈছে । মহানগৰীৰ গীতানগৰত থকা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বাসগৃহৰ চৌপাশে নিৰাপত্তাৰক্ষীৰ অৱস্থান ৷ অযোধ্যাৰ বিবদমান ৰায়দানক লৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাত গগৈৰ গুৱাহাটীৰ গীতানগৰৰ বাসগৃহত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হয় ৷
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গুৱাহাটীস্থিত বাসগৃহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা - tight security CJ's House Guwahati
অযোধ্যা বিবদমান ৰায়দানক লৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গুৱাহাটীস্থিত গীতানগৰৰ বাসগৃহত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ।
![মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গুৱাহাটীস্থিত বাসগৃহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5010150-907-5010150-1573283398365.jpg)
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গুৱাহাটীস্থিত বাসগৃহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ গুৱাহাটীস্থিত বাসগৃহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
পুৱাৰ পৰাই আৰক্ষী আৰু চি আৰ পি এফ বাহিনী মোতায়েন কৰা হয় বাসগৃহৰ সন্মুখত । বাসগৃহৰ ভিতৰত আৰু চৌহদৰ চাৰিও পাশে গঢ়ি তোলা হৈছে অভেদ্য নিৰাপত্তা বেষ্টনী ।
Last Updated : Nov 9, 2019, 1:19 PM IST